Rodali Tumi Full Lyrics

দালি তুমি
                                Rodali Tumi                                      
                                                                         - Zubeen Garg &
                                                                    - Rajashree


দালি তুমি

পুৱাৰে খিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
পোনৰ চানেকি

বাঢ়িছে উলাহো বুকুতে
নাচিছে জীৱনে হেপাহতে
বাঢ়িছে উলাহো বুকুতে
নাচিছে জীৱনে হেপাহতে
ৰমৰ দলিচা খন সাবতি লৈ..

দালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
পোনৰ চানেকি
.......

হেপাহ জুনুকাতে শেৱালী মেৱালী
পোন সুনাৰুতে সোণালী বিজুলী
সাজুন কাচুন হৃদয়ত মৰমত
শুকুলা ডাৱৰে আকাশতে উৰে
কঁহুৱা কঁহুৱা যেন আবৰণে
ৰাটো সানিছে উমাল বৰণ
তাহৰ অমিয়া ভাষা
ভাল লগা এটি কথা
হীয়াখন বাগৰে


দালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
পোনৰ চানেকি
.........

শিমলু পলাশৰ এই ৰঙা ৰঙে
সেন্দুৰীয়া বাখৰ যেন কপালতে
ঠিছে প্ৰানতে অচিনা লহৰ
অ' অহ দুহাততে দুহাত
শাহে উশাহে ৰাঙলী মদাৰৰ ঢৌ বিৰিঙিলে
ৰগী সৰগি যেন যেন সপোন
তাহৰ অমিয়া ভাষা
ভাল লগা এটি এটি কথাত
হিয়াখন বাগৰে

দালি তুমি
পুৱাৰে শিৰিকিৰ ফাকেৰে চুমাহি
ফাগুনি প্ৰানত আউলি বাউলি
পোনৰ চানেকি।।


ধন্যবাদ।।